Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে পথ ভুল কৰিছে
Example : শ্যামে বিপথগামী লোকক পথ দেখুৱাই আছে
Synonyms : পথচ্যুত, পথহাৰা, বিপথগামী, বিপথচাৰী
Meaning : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
Example : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
Synonyms : পতিত, ভ্রষ্ট
Install App