Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পত্রিকা from অসমীয়া dictionary with examples, synonyms and antonyms.

পত্রিকা   বিশেষ্য

Meaning : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

Example : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

Synonyms : খত, চিঠি, চিঠি-পত্র, পত্র

Meaning : বিশেষকৈ নি্র্ধাৰিত সময়ত প্রকাশিত হোৱা এক বিশেষ প্রকাৰৰ পুস্তক যʼত কোনো সংবাদ, বার্তা বা কাৰোবাৰ বিচাৰৰ বর্ণন ্থাকে

Example : তেওঁ আলোচনী পঢ়িবলৈ ভাল পায়

Synonyms : আলোচনী

Meaning : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে

Example : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল

Synonyms : পত্র