Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্ত্রীয়ে নিজৰ স্বামীৰ প্রতি অনন্য অনুৰাগ ৰাখে আৰু যথাবিধি ্তেওঁৰ সম্পূর্ণ ্সেৱা কৰে
Example : এই কিতাপখনত ভাৰতীয় পতিব্রতাসকলৰ কাহিনী দিয়া আছে
Synonyms : একচাৰিণী, সতী
Meaning : (স্ত্রী) যি লিজৰ পতিৰ প্রতি অনন্য অনুৰাগ ৰাখে আৰু যথাবিধি ্তেওঁৰ পূজা সেৱা কৰে
Example : সুলোচনা এগৰাকী পতিব্রতা নাৰী আছিল
Synonyms : সতী
Install App