Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
Example : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
Synonyms : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
Meaning : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
Example : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
Synonyms : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
Meaning : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
Example : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
Synonyms : পথভ্রষ্ট, ভ্রষ্ট
Install App