Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পঢ়া from অসমীয়া dictionary with examples, synonyms and antonyms.

পঢ়া   বিশেষ্য

Meaning : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

Example : ৰামে বেদ পাঠ কৰি আছে

Synonyms : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

Meaning : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

Example : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

Meaning : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

Example : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

Meaning : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

Example : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

Meaning : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

Example : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

Synonyms : অধ্যয়ন কৰা

Meaning : শিক্ষা গ্রহণ কৰা

Example : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

Synonyms : পঢ়াশুনা কৰা