Subscribe
URL of the page has been copied to clipboard.
Meaning : বোকাৰে ভৰি থকা
Example : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
Synonyms : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, বোকাময়
Meaning : যʼত বোকা আছে
Example : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
Synonyms : পংকিল, বোকাময়
Install App