Subscribe
URL of the page has been copied to clipboard.
Meaning : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে
Example :
Synonyms : উন্মত্ত, উন্মাদ, পাগল, বলিয়া, বাউল, বাতুল
Meaning : মগজুৰ বিকৃতি ঘটা
Example : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
Synonyms : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পাগল, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল
Install App