Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত কোনো বস্তু ৰখা যায়
Example : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
Synonyms : জুলি, জোলোঙা, সৰু মোনা
Meaning : পিন্ধা কাপোৰত সৰু-সুৰা বস্তু ভৰাবৰ কাৰণে কৰি লোৱা সৰু মোনা
Example : এটা জেপলুৰুকাই মোৰ জেপত থকা টকাখিনি লৈ গʼল
Synonyms : জেপ, জেলেপ
Install App