Subscribe
URL of the page has been copied to clipboard.
Meaning : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
Example : পাচিত ৰখা ফলবোৰ গেলিছে
Synonyms : গেলা, টেঙা হোৱা
Meaning : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
Example : ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
Meaning : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
Example : খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
Synonyms : উৱলা
Install App