Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নৱমল্লিকা from অসমীয়া dictionary with examples, synonyms and antonyms.

নৱমল্লিকা   বিশেষ্য

Meaning : সুগন্ধি ফুলযুক্ত একপ্রকাৰৰ উদ্ভিদ

Example : সাধু মহাৰাজে নিজৰ কুটীৰটোৰ চাৰিওফালে নৱমল্লিকা ফুল লগাই ৰাখিছে

Synonyms : চামেলি

Meaning : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল

Example : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি

Synonyms : নেৱালি, নেৱালী, মালতী