Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নৰক from অসমীয়া dictionary with examples, synonyms and antonyms.

নৰক   বিশেষ্য

Meaning : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই

Example : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়

Synonyms : জহন্নাম, দোখজ, নর্ক, যমপুৰী

Meaning : বহুত লেতেৰা বা কষ্টকৰ ঠাই

Example : সন্ত্রাসবাদৰ কৱলত পৰি এই চহৰখন আমাৰ কাৰণে নৰক হৈ পৰিছে

Synonyms : জহন্নাম