Subscribe
URL of the page has been copied to clipboard.
Meaning : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
Example : নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
Meaning : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
Example : আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
Synonyms : লেবু
Install App