Meaning : নেপালৰ নিবাসী
Example :
তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
Synonyms : নেপাল বাসী, নেপাল-বাসী
Meaning : নেপাল দেশৰ ভাষা
Example :
বন্যাই নেপালীত কিতাপ লিখি আছে
Synonyms : নেপালী ভাষা, নেপালী-ভাষা
Meaning : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
Example :
ৰমেশে নেপালী টুপি পিন্ধি আছে
Meaning : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
Meaning : নেপালত থকা বা বসতি কৰা
Example :
তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে