Meaning : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
Example :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
Meaning : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
Example :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
Synonyms : চর্দাৰ, প্রধান ব্যক্তি
Meaning : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
Example :
বাজপেয়ী এগৰাকী ভাল নেতা
Synonyms : নায়ক