Meaning : কোনো পদার্থ জুই লগাৰ পৰা নির্মূল ্কৰা
Example :
তেওঁ ্চাকিটো নুমুৱাই দিলে
Synonyms : নুমুৱাই দিয়া
Meaning : বিদ্যুতৰ দ্বাৰা চলি থকা কোনো বস্তু বন্ধ কৰা
Example :
তেওঁ চুইচটো হেঁচি লাইটটো নুমাই দিলে
Synonyms : নুমাই দিয়া