Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাশ ৰঙৰ বা নীল বৰণৰ
Example : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
Synonyms : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা ৰং, নীলিমা
Meaning : যিটো নীলা ৰঙৰ
Example : নীলা আকাশখন স্বচ্ছ আৰু ধুনীয়া লাগিছে
Synonyms : নীল
Install App