Meaning : যি শাস্ত্রত মানৱজাতিৰ হিতৰ কাৰণে দেশ, কাল আৰু পাত্র অনুসৰি আচাৰ-ব্যৱহাৰ তথা দৈনন্দিন জীৱন যাপনৰ প্রণালী তথা শাসনপদ্ধতিৰ নীতি-নিয়ম সন্নিৱিষ্ট কৰা থাকে
Example :
চন্দ্রগুপ্তৰ শাসন কালত চাণক্যই নীতিশাস্ত্র লিখি আছিল
Synonyms : নীতিবিদ্যা