Meaning : তুচ্ছ বা নগণ্য হোৱা অৱস্থা বা ভাব
Example :
কোনো কথাৰ কাৰণে আমি হীনতা অনুভৱ কৰিব নালাগে
Synonyms : উলাই, তুচ্ছজ্ঞান, তুচ্ছতা, হীনতা
Meaning : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব
Example :
দুষ্টতাৰ পৰা আঁতৰি থাকা
Synonyms : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, শঠতা