Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নিৰৱধি from অসমীয়া dictionary with examples, synonyms and antonyms.

নিৰৱধি   ক্ৰিয়া বিশেষণ

Meaning : প্রতিটো পল বা সকলো সময়তে

Example : আমি সদায় সঁ্চা কথা কোৱা উচিত

Synonyms : অণুক্ষণ, অহৰহ, ওৰেও, চিৰকাল, নিত, নিতু, নিতে, নিত্য, নিৰন্তৰ, নিৰন্তৰে, প্রতিক্ষণ, প্রতিনিয়ত, বাৰেওকাল, বাৰেওটিকাল, সদা, সদায়, সর্বদ্া

নিৰৱধি   বিশেষণ

Meaning : যাৰ বা যʼত কোনো সীমা নাই

Example : তেওঁ সীমাহীন যাত্রাত গৈছে, তেওঁৰ ঘূৰি আহিবলৈ দহ দিনো লাগিব পাৰে বা এশ দিনো লাগিব পাৰে

Synonyms : সীমাহীন