Meaning : উদ্ভিদ জাতীয় পদার্থ ্খোৱা প্রাণী
Example :
পাথৰ হোৱা ৰোগ মাংসহাৰীৰ তুলনাত নিৰামিষভোজীৰ কমকৈ হয়
Synonyms : নিৰামিষভোজী
Meaning : উদ্ভিদ জাতীয় পদার্থ ্আহাৰ হিচাপে গ্রহণ কৰোতা
Example :
ছাগৰী এবিধ তৃণভোজী প্রাণী
Synonyms : তৃণভোজী