Meaning : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
Example :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
Meaning : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
Example :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
Synonyms : সুৰক্ষিত
Meaning : যʼত অনাহক আশংকা নাথাকে
Example :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে