Subscribe
URL of the page has been copied to clipboard.
Meaning : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
Example : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
Synonyms : মন্দ, ৰস
Meaning : ভাল গোন্ধ
Example : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
Synonyms : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
Meaning : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
Example : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
Synonyms : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
Install App