Meaning : কেও-কিছু নথকা ঠাই
Example :
কিছুমান মানুহে নি্র্জন ্ ঠাইত বসবাস কৰি ভাল পায়
Synonyms : জনবিৰলতা, জনশূন্যতা, নিজম ঠাই, নিজান, নিজান ঠাই, নিমূৰ-মূৰা, নি্র্জনত্া, নিৰলা, নিৰিবিলি ঠাই
Meaning : যʼত এসময়ত বাস কৰিছিল, কিন্তু কোনো কাৰণত নি্র্জন হৈ পৰিছে
Example :
আজিকালি বেছিভাগ গাঁওবাসীয়ে নিজঞ্জাল গাঁৱতকৈ চহৰত থাকি ভাল পায়
Synonyms : নিজঞ্জাল, নিজঞ্জাল ঠাই, নি্র্জন