Subscribe
URL of the page has been copied to clipboard.
Meaning : * যি নিজৰ পতি বা পত্নী, অথবা প্রেমিক বা প্রেমিকাৰ বাহিৰে আন কাৰো লগত শাৰীৰিক ্সম্পর্ক ্নাৰাখে
Example : মোহন নিজৰ পত্নীৰ প্রতি নিষ্ঠাবান
Synonyms : নিষ্ঠাৱান
Meaning : কাৰোবাৰ প্রতি নিষ্ঠা, শ্রদ্ধা বা ভক্তি ৰাখোতা
Example : তুলসীদাস ভগৱান ৰামৰ প্রতি নিষ্ঠাবান আছিল
Install App