Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নিশ্চল from অসমীয়া dictionary with examples, synonyms and antonyms.

নিশ্চল   বিশেষণ

Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

Example : পাহাৰ-পর্বত স্থিৰ

Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, স্থাণু, স্থিতিশীল, স্থিৰ

Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে

Example : গছবোৰ সজীৱ সত্ত্বেও অচল

Synonyms : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ