Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কার্যত সন্মিলিত হʼবলৈ কাৰোবাক আদৰেৰে কোৱা বা মতা কার্য
Example : শীলাবাইদেউৰ নিমন্ত্রণতহে মই এই কার্যত ্ভাগ লʼলো
Synonyms : আমন্ত্রণ, আহ্বান
Meaning : কোনো মাংগলিক কার্য আদিত সন্মিলিত হʼবৰ কাৰণে বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বক নিজৰ ঠাইলৈ মতা কার্য
Example : আজি মোৰ বন্ধুৰ পৰা নিমন্ত্রণ আহিছে
Install App