Meaning : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
Example :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
Synonyms : নির্মূল্্কাৰী
Meaning : যিয়ে প্রশমিত বা শান্ত কৰে
Example :
এইটো অগ্নি প্রশামিত যন্ত্র
Synonyms : প্রশামক, শাম কাটোতা
Meaning : নিবাৰণ কৰা
Example :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
Synonyms : ৰোধক