Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ব্যক্তিৰ লগত ্সম্পর্ক ্ৰখাজন
Example : এইটো মোৰ ব্যক্তিগত বিষয়
Synonyms : ব্যক্তিগত
Meaning : নিজৰ মাজত অহা বা হোৱা
Example : এইটো মোৰ নিজা অনুভৱ
Synonyms : নিজস্ব
Meaning : যিটো নিজৰ বা যʼত নিজৰ অধিকাৰ আছে
Example : এইয়া মোৰ নিজা সম্পত্তি
Synonyms : আত্ম, নিজৰ, স্বকীয়, স্বায়ত্ত
Install App