Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
Example :
Synonyms : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই, সঠিককৈ
Meaning : নিশ্চত ৰূপে
Example : এই কামটো আজি অৱশ্যে হʼব লাগিব
Synonyms : অলবৎ, অৱশ্য, অৱশ্যে, অৱশ্যেই, জৰুল, জৰুৰ, নিচয়ে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নি্র্ঘাত
Install App