Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনৰ কোনো সহায় কৰোতা নাই
Example : আমি অসহায়জনৰ সহায় কৰা উচিত
Synonyms : অনাশ্রিত, অনাশ্রয়, অসহায়
Meaning : যিজনক সহায় কৰিবলৈ কোনো নাই
Example : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
Synonyms : অনাথ, অনাশ্রিত, অসহায়, আশ্রয়হীন, নিৰাশ্রয়, সম্বলহীন
Install App