Meaning : নাকৰ ছিদ্র
Example :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
Synonyms : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
Meaning : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
Example :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
Synonyms : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র