Meaning : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
Example :
তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
Synonyms : ডুবা
Meaning : কোনো বস্তুৰ ৰূপ-গুণ কমি অহা বা সি ক্রমে আগৰ অৱস্থাৰ পৰা বেয়া হৈ অহা কার্য
Example :
এই যন্ত্রটো নষ্ট হৈ গʼল
Synonyms : অনিষ্ট হোৱা, বিকাৰ ঘটা, বিকৃত হোৱা