Subscribe
URL of the page has been copied to clipboard.
Meaning : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
Example : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
Synonyms : নলিকা
Meaning : পানী বৈ যোৱা সৰু পথ বা সৰু জান
Example : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
Synonyms : নর্দম্া, নলা, লোৰ
Meaning : গোল-দীঘলীয়া ফোঁপোলা বস্তু
Example : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
Synonyms : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
Meaning : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
Example : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
Synonyms : টেপ, পানী-নলী
Install App