Meaning : বৰষুণৰ পানী বৈ অহা জলপথ
Example :
একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
Synonyms : নলা
Meaning : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
Example :
এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
Synonyms : নলা