Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
Example : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
Synonyms : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন
Meaning : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
Example : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
Synonyms : আর্হি, মডেল
Meaning : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ
Example : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে
Meaning : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
Example : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
Synonyms : আর্হি, ডিজাইন
Meaning : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
Example : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
Synonyms : উদাহৰণ, দৃষ্টান্ত
Install App