Subscribe
URL of the page has been copied to clipboard.
Meaning : তলমুৱা হৈ থকা অৱস্থা বা ভাব
Example : গছজোপা নদীৰফালে নামি আছে
Meaning : নামি যোৱা বা কমি যোৱা
Example : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
Synonyms : কমা
Meaning : ওখ ঠাইৰ পৰা তললৈ অহা কার্য
Example : আইতাই লাহে লাহে খটখটিৰে নামিছে
Synonyms : অৱৰোহণ কৰা, নামি অহা
Meaning : মূল্য অৱনমিত হোৱা বা কমি অহা
Example : আজিকালি সোণৰ দাম নামিছে
Synonyms : কমা, পৰা
Install App