Subscribe
URL of the page has been copied to clipboard.
Meaning : যি প্রবীণ নহয়
Example : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
Synonyms : তৰুণ, নতুন, নবাগত
Meaning : যাৰ আগতে অস্তিত্ব নাই
Example : আমি কোনো নতুন কাম কৰিব লাগে
Synonyms : অভিনৱ, নতুন, নৱ
Meaning : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
Example :
Synonyms : অভিনৱ, ন, নতুন, নব্য, নৱ
Meaning : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
Example : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
Synonyms : অপ্রাচীন, আধুনিক, ্অর্বাচীন
Install App