Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নপুংসকতা from অসমীয়া dictionary with examples, synonyms and antonyms.

নপুংসকতা   বিশেষ্য

Meaning : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ

Example : মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল

Synonyms : পুৰুষত্বহীনতা, পৌৰুষহীনতা

Meaning : নপুংসক হোৱাৰ অৱস্থা বা ভাব

Example : শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল

Synonyms : ক্লীৱত্ব, পৌৰুষহীনতা