Meaning : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
Example :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
Synonyms : নথি
Meaning : যাৰ পঞ্জীকৰণ কৰা হৈছে
Example :
নৱজাত শিশুটোৰ নাম পঞ্জীভুক্ত কৰা হʼল
Synonyms : পঞ্জীবদ্ধ, পঞ্জীভুক্ত, ্ৰেকর্ড