Meaning : অভিনয় কৰা বা ভাও দেখুওৱা পুৰুষ
Example :
তেওঁ ্ এগৰাকী ভাল অভিনেতা
Synonyms : অভিনেতা, অভিনয় শিল্পী, নটশিল্পী, নতুৱা
Meaning : বল্টুত পকাব পৰা ধাতুৰ এক ছেদযুক্ত গোল অথবা কোণীয়া আকাৰৰ পেচযুক্ত উপকৰণ
Example :
নটটো বেছিকৈ নাটানিবা নহʼলে খুলিবলৈ অসুবিধা হʼব