Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নগৰীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

নগৰীয়া   বিশেষণ

Meaning : নগৰ বা চহৰৰ সৈতে সম্পর্কীত

Example : তেওঁৰ চহৰীয়া জীৱন পচন্দ নহয়

Synonyms : চহৰীয়া

Meaning : যি নগৰত বাস কৰে বা নগৰত থাকে

Example : গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত

Synonyms : চহৰীয়া, নগৰ নিবাসী, নগৰবাসী