Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নকল কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

নকল কৰা   বিশেষ্য

Meaning : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ

Example : ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়

নকল কৰা   ক্ৰিয়া

Meaning : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

Example : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

Synonyms : কপি কৰা, টোকা, লিখা

Meaning : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

Example : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

Synonyms : অনুকৰণ কৰা, অনুসৰণ কৰা