Meaning : যিয়ে কোনো শ্্ব্দ, বাক্য আদিৰ হুবহু ৰূপত নকল কৰিব পাৰে
Example :
নিৰীক্ষকে নকলকাৰীকেইটাক পৰীক্ষা গৃহৰ পৰা বাহিৰ কৰি দিলে
Synonyms : অনুকাৰক
Meaning : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
Example :
বান্দৰ বহুত অনুকৰণকাৰী
Synonyms : অনুকৰণকাৰী