Meaning : ধৰা কার্য
Example :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
Meaning : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
Example :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
Meaning : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
Example :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
Meaning : আক্রান্ত হোৱা
Example :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
Meaning : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
Example :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
Synonyms : লোৱা
Meaning : কল্পনা কৰা
Example :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
Synonyms : কল্পনা কৰা, ধৰি লোৱা
Meaning : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
Example :
বৰষুণত লোহা মামৰে খায়
Synonyms : খোৱা
Meaning : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
Example :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
Meaning : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
Example :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে