Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ধৰণ-কৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

ধৰণ-কৰণ   বিশেষ্য

Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

Synonyms : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

Meaning : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

Example : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

Synonyms : চাল-চলন

Meaning : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

Example : তেওঁৰ ব্যৱহাৰ ভাল নহয়

Synonyms : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

Meaning : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

Example : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

Synonyms : আচৰণ, ব্যৱহাৰ