Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ধৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

ধৰণ   বিশেষ্য

Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

Synonyms : অৱস্থা, গতি, গতিক, দশা, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

Meaning : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে

Example : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে

Synonyms : কিচিম, তৰহ, প্রকাৰ