Meaning : ধোৱা কাম
Example :
গীতাই কাপোৰ ধুই আছে
Meaning : ধোৱা কাম
Example :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
Meaning : কাপোৰ চফা কৰা কার্য
Example :
শীলাই কাপোৰ ধুই আছে
Meaning : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
Example :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
Meaning : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
Example :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
Meaning : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
Example :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
Synonyms : ধুই দিয়া, পখালা, পখালি দিয়া
Meaning : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
Example :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
Synonyms : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা