Subscribe
URL of the page has been copied to clipboard.
Meaning : যি লোক খুউব ধূর্ত
Example : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
Synonyms : চতুৰ, চালাক-চতুৰ, টেঙৰ, ধূর্ত, ্চালাক
Meaning : ঠগ-প্রৱঞ্চনা কৰোঁতা
Example : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
Synonyms : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
Install App