Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ধুনীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

ধুনীয়া   বিশেষণ

Meaning : যি সুন্দৰ আৰু আটক-ধুনীয়া

Example : বিবাহ আদি উপলক্ষত সকলোলোকেই ধুনীয়াকৈ থকাৰ প্রয়াস কৰে

Synonyms : ৰচকী

Meaning : সকলোতকৈ সুন্দৰ

Example : ইয়াৰ সুন্দৰতম মন্দিৰবোৰৰ ভিতৰত এই শিৱ মন্দিৰটোও পৰে

Synonyms : আটকধুনীয়া, সুন্দৰতম

Meaning : দেখিবলৈ ভাল আৰু শুৱনি লগা

Example : আজিৰ বতৰ বৰ ধুনীয়া

Synonyms : সুন্দৰ

Meaning : অত্যন্ত সুন্দৰ

Example : সীতাৰ লʼৰাটো বৰ ধুনীয়া

Synonyms : সুচাৰু, সুশীল

Meaning : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

Example :

Synonyms : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ