Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
Example : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
Synonyms : জ্ঞান, ধী, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা
Meaning : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
Example : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
Synonyms : চতুৰতা, চাতুর্য, চাতুৰী, ধী, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
Install App